Singer- Suleman Kath
অন্তিম দিন নিকট হব
বাইবেলে কৈছৈ
অন্তিম দিন নিকট হব
অন্তিম দিন নিকট হব
বাইবেলে কৈছৈ
অন্তিম দিন নিকট হব
★
পুৰণি সৃষ্টিৰ বিনাশ
পুৰণি সৃষ্টিৰ বিনাশ
নাথাকিব একোৰেই চিন
ঈশ্বৰে স্বজীছিল ঈশ্বৰে নাশিব
পৃথিৱীৰ সকলোবোৰ
পৃথিৱীৰ সকলোবোৰ
অন্তিম দিন নিকট হব
বাইবেলে কৈছৈ
অন্তিম দিন নিকট হব
অন্তিম দিন নিকট হব
বাইবেলে কৈছৈ
অন্তিম দিন নিকট হব
★★
নতুন জেৰুছালেম সৃষ্টি হব
নতুন জেৰুছালেম সৃষ্টি হব
প্রকাশিব ঈশ্বৰৰ দিন
ঈশ্বৰে ৰাজত্ব কৰিব
এক হেজাৰ বছৰ
এক হেজাৰ বছৰ
অন্তিম দিন নিকট হব
বাইবেলে কৈছৈ
অন্তিম দিন নিকট হব
অন্তিম দিন নিকট হব
বাইবেলে কৈছৈ
অন্তিম দিন নিকট হব
BY: M ROSTER
टिप्पणियाँ
एक टिप्पणी भेजें