পৰিত্রান পৰিত্রান পৰিত্রান পৰিত্রান পৰিত্রান যীচুতেই পায় এনে নাম কতো নাই পৰিত্রান পাবলৈ পৰিত্রান যীচুতেই পায় এনে নাম কতো নাই পৰিত্রান পাবলৈ পৰিত্রান যীচুতেই পায় ★ অ... যীচুত বিশ্বাস কৰা ভাই নহলে যে উপায় নাই অ... যীচুত বিশ্বাস কৰা ভাই নহলে যে উপায় নাই স্বর্গৰ তলতে মানুহৰ মাজতে এনে নাম কতোয়েই নাই স্বর্গৰ তলতে মানুহৰ মাজতে এনে নাম কতোয়েই নাই ★★ অ... মক্তি আছে যীচুত ভাই গ্রহণ কৰা এতিয়াই অ... মক্তি আছে যীচুত ভাই গ্রহণ কৰা এতিয়াই স্বর্গৰ তলতে মানুহৰ মাজতে এনে নাম কতোয়েই নাই স্বর্গৰ তলতে মানুহৰ মাজতে এনে নাম কতোয়েই নাই BY: M ROSTER
" Collection of Gospel Song "